Assam History Question-Answers for various Competitive exam (Part-2) II 50 MCQ with Answers

Assam History Question and Answers for various Competitive Exams 



www.hikha.in






1.কোনজন আহোম ৰজাৰ দিনৰ পৰা আহোম ৰাজকাৰ্যত শকাব্দ ব্যৱহাৰৰ প্ৰচলন হয়?





2. কোনজন আহোম ৰজাক দিহিঙ্গীয়া ৰজা বুলি জনা যায় ?





3.কোনজন ৰজাৰ দিনত শংকৰদেৱে আহোম ৰাজ্যত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল?





4.'গড়গঞা' ৰজা বুলি কাক জনা যায়?





5.চুক্লেনমুঙে ক'ত আহোমৰ ৰাজধানী পাতিছিল?





6.স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজাজনৰ নাম কি?




7.কোচসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?





8.কোনজন ৰজাই পোন-প্ৰথমে শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মক পৃষ্ঠপোষকতা কৰিছিল?





9.কোনজন কোচ ৰজাই নাৰায়ণী নামেৰে ৰুপৰ ৰূপৰ মূদ্ৰাৰ প্ৰচলন কৰিছিল?





10.কোচ ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল?





11.নৰনাৰায়ণৰ প্ৰধান সেনাপতি কোন আছিল?





12.চিলাৰায়ক বন্দী কৰা গৌড় ৰজা নাম কি?




13.কোচ ৰাজ্য কেতিয়া বিভাজিত হৈছিল?





14.কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিল? ?





15.আহোম শাসনকালৰ প্ৰথমজন বৰবৰুৱা কোন আছিল?





16.মিৰজুমলাই কেতিয়া আহোম ৰাজধানী গড়গাও অধিকাৰ কৰিছিল?





17.অসমৰ নাম উল্লেখ থকা যোগিনী তন্ত্ৰ গ্ৰন্থখন কেতিয়া ৰচিত হৈছিল? ?





18.যোগিনী তন্ত্ৰ গ্ৰন্থখন কোনে লিখিছিল?





19.ৰামায়ণ আৰু মহাভাৰতত অসমৰ নাম কি বুলি উল্লেখ কৰা আছে?





20.ৰাজতৰংগিনী কোনে লিখিছিল?





21.নিধানপুৰ তামৰ ফলি (Nidhanpur Copper Plate) কোন ৰজাই লিখাইছিল?





22.অসমৰ বৰ্মন বংশৰ ৰজা পূশ্য বৰ্মনৰ ৰাজত্বকালৰ সমসাময়িক ভাৰতত কোনজন ৰজাই ৰাজত্ব কৰিছিল?



23.কোনজন কামৰূপৰ ৰজাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক(Pilgrim) হিউয়েন চাং অসমত আহিছিল?





24.চীনা পৰিব্ৰাজক হিউয়েন চাঙে কেতিয়া অসমত আহিছিল?





25.চুকাফাৰ মৃত্যু কেতিয়া হৈছিল?




26.ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত অসমৰ প্ৰধান উদ্যোগ কি আছিল?





27.প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল?





28.উমানন্দ মন্দিৰ কোনে সাজিছিল?





29.কোনজন আহোম ৰজাই পাইক প্ৰথাৰ আৰম্ভ কৰিছিল?





30.পাইক প্ৰথাৰ পৰিকল্পনা কোনে কৰিছিল?





31.তলৰ কোন দুটা অসমৰ পৌৰানিক নাম?




32.অসমত বৰ্মন বংশৰ শাসনকালৰ সময়সীমা হ'ল-





33.অসমত শালস্তম্ভ বংশৰ শাসনকাল--





34.আহোমসকলে ৰাজত্ব কৰাৰ সময়ত অসমৰ ভূখণ্ডক তেওঁলোকে কি বুলি অভিহিত কৰিছিল?





35.প্ৰজাতিগত দিশেৰে আলোকপাত কৰিলে দেখা যায় যে অসমৰ জনগাথঁনিত মূলতঃ তিনিটা প্ৰজাতিয়ে অংশগ্ৰহণ কৰিছে। সেইকেইটা হ'ল-





36.সৰ্বপ্ৰথমে কামৰূপ আক্ৰমণ কৰা মুছলমান ৰজাজনৰ নাম কি?





37.আহোমৰ শেষ স্বাধীন ৰজাজনৰ নাম কি?





38.শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাপতি কোন আছিল?





39.অসমৰ সত্ৰীয়া নৃত্য়ৰ জনক কোন?




40.কোনে কামৰূপৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল?





41.জয়মতীক কত হত্যা কৰা হৈছিল?





42.ধোদৰ আলি আৰু উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল?





43.শৰাইঘাটৰ ৰণত মোঘলৰ সেনাপতি কোন আছিল?





44.হয়গ্ৰীৱ মাধব মন্দিৰ কোনে সজাইছিল





45.অশ্বমেধা যজ্ঞ পতা অসমৰ প্ৰথম ৰজাজনৰ কোন?





46.আহোমসকলৰ শেষ ৰাজধানীখন কি আছিল?





47.মাজুলী চুক্তি কাৰ-কাৰ মাজত হৈছিল?





48.মাজুলী চুক্তি কোন দুজন ৰজাৰ মাজত হৈছিল?





49.শ্ৰীমন্ত শংকৰদেৱক আশ্ৰয় প্ৰদান কৰা ৰজাজনৰ নাম কি?





50.চিলাৰায়ৰ প্ৰকৃত নাম কি?





Post a Comment

Post a Comment (0)

Previous Post Next Post