HomeAssam Competitive Exams Assam History Question-Answers for various Competitive exam (Part-2) II 50 MCQ with Answers byAdmin -December 04, 2021 0 Assam History Question and Answers for various Competitive Exams www.hikha.in 1.কোনজন আহোম ৰজাৰ দিনৰ পৰা আহোম ৰাজকাৰ্যত শকাব্দ ব্যৱহাৰৰ প্ৰচলন হয়? ক. চুহুংমুঙ খ.চুকাফা গ. শিৱসিংহ ঘ.ৰুদ্ৰসিংহ 2. কোনজন আহোম ৰজাক দিহিঙ্গীয়া ৰজা বুলি জনা যায় ? ক. চুহুংমুঙ খ.চুকাফা গ. ৰুদ্ৰসিংহ ঘ. গৌৰিসিংহ 3.কোনজন ৰজাৰ দিনত শংকৰদেৱে আহোম ৰাজ্যত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল? ক. শিৱসিংহ খ. চুহুংমুঙ গ. ৰুদ্ৰসিংহ ঘ. গৌৰিসিংহ 4.'গড়গঞা' ৰজা বুলি কাক জনা যায়? ক.চুহুংমুঙ খ.গৌৰিসিংহ গ. চুক্লেনমুঙ ঘ. চুকাফা 5.চুক্লেনমুঙে ক'ত আহোমৰ ৰাজধানী পাতিছিল? ক.গড়গাৱত। খ. নগাৱত। গ. চৰাইদেওত। ঘ.যোৰহাটত। 6.স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজাজনৰ নাম কি? ক. চুক্লেনমুঙ খ.ৰুদ্ৰসিংহ গ.শিৱসিংহ ঘ.চুহুংমুঙ 7.কোচসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? ক. বিশ্ব সিংহ খ.চিলাৰায় গ.নৰনাৰায়ণ ঘ.শুক্লধ্বজ 8.কোনজন ৰজাই পোন-প্ৰথমে শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মক পৃষ্ঠপোষকতা কৰিছিল? ক.কোচ ৰজা নৰনাৰায়ণ খ.আহোম ৰজা চুক্লেনমুঙে গ.চুকাফা ঘ.চিলাৰায় 9.কোনজন কোচ ৰজাই নাৰায়ণী নামেৰে ৰুপৰ ৰূপৰ মূদ্ৰাৰ প্ৰচলন কৰিছিল? ক.চিলাৰায় খ.শুক্লধ্বজ গ.নৰনাৰায়ণ ঘ.বিশ্বসিংহ 10.কোচ ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ক.চুকাফা খ.বিশ্বসিংহ গ.চিলাৰায় 4.নৰনাৰায়ণ 11.নৰনাৰায়ণৰ প্ৰধান সেনাপতি কোন আছিল? ক.চিলাৰায় খ.লাচিত বৰফুকন গ.নৰসিংহ ঘ.ওপৰৰ এটাওঁ নহয় 12.চিলাৰায়ক বন্দী কৰা গৌড় ৰজা নাম কি? ক.ঔৰংজেৱ খ.মহম্মদ বিন বখ্তিয়াৰ গ.চুলেইমান কৰ্ণানী ঘ.ওপৰৰ এটাওঁ নহয় 13.কোচ ৰাজ্য কেতিয়া বিভাজিত হৈছিল? ক.১২২৮ খ্ৰীঃ খ.১৩৫৬ খ্ৰীঃ গ.১৫২৬ খ্ৰীঃ ঘ.১৫৮১ খ্ৰীঃ 14.কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিল? ? ক. স্বৰ্গদেউ প্ৰতাপ সিংহ খ.চুকাফা গ.ৰুদ্ৰসিংহ ঘ.চুক্লেনমুঙ 15.আহোম শাসনকালৰ প্ৰথমজন বৰবৰুৱা কোন আছিল? ক.লাচিত বৰফুকন খ. মোমাই তামুলী গ.কীৰ্তিচন্দ্ৰ ঘ.পূৰ্ণানন্দ 16.মিৰজুমলাই কেতিয়া আহোম ৰাজধানী গড়গাও অধিকাৰ কৰিছিল? ক.১২২৮ খ্ৰীঃ খ.১৬৬২ খ্ৰীঃ গ.১৮২৬ খ্ৰীঃ ঘ. ১৫৬৪ খ্ৰীঃ 17.অসমৰ নাম উল্লেখ থকা যোগিনী তন্ত্ৰ গ্ৰন্থখন কেতিয়া ৰচিত হৈছিল? ? ক. ১০ খ্ৰীঃপূঃ খ. খ্ৰীঃপূঃ দশম শতিকা গ. ১২৩ খ্ৰীঃপূঃ ঘ. ১৩২ খ্ৰীঃ 18.যোগিনী তন্ত্ৰ গ্ৰন্থখন কোনে লিখিছিল? ক.কালিদাস খ. ভাস্কৰ বৰ্মন গ. ৰঘুনাথ ঘ. মিনানাথ 19.ৰামায়ণ আৰু মহাভাৰতত অসমৰ নাম কি বুলি উল্লেখ কৰা আছে? ক.কামৰূপ খ.জ্যোতিষনগৰ গ.প্ৰাগজ্যোতিষপুৰ ঘ.কুণ্ডিল নগৰ 20.ৰাজতৰংগিনী কোনে লিখিছিল? ক.কলহন। খ. কৌটিল্য গ.কালিদাস ঘ.মিনানাথ 21.নিধানপুৰ তামৰ ফলি (Nidhanpur Copper Plate) কোন ৰজাই লিখাইছিল? ক.চুকাফা খ.চুহুংমুঙ গ.কুমাৰ ভাস্কৰ বৰ্মন ঘ. মিৰজুমলাই 22.অসমৰ বৰ্মন বংশৰ ৰজা পূশ্য বৰ্মনৰ ৰাজত্বকালৰ সমসাময়িক ভাৰতত কোনজন ৰজাই ৰাজত্ব কৰিছিল? ক.হৰ্ষবৰ্ধন খ.সমূদ্ৰগুপ্তা গ.বাবৰ ঘ.চন্দ্ৰগুপ্তা-২ 23.কোনজন কামৰূপৰ ৰজাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক(Pilgrim) হিউয়েন চাং অসমত আহিছিল? ক.চুকাফাৰ ৰাজত্বকালত খ.ৰুদ্ৰসিংহৰ ৰাজত্বকালত গ.ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত ঘ.পূশ্যবৰ্মনৰ ৰাজত্বকালত 24.চীনা পৰিব্ৰাজক হিউয়েন চাঙে কেতিয়া অসমত আহিছিল? ক.৬৪৩ খ্ৰীঃ খ.৬৮০ খ্ৰীঃ গ.৬৪৪ খ্ৰীঃ ঘ.৭৮৬ খ্ৰীঃ 25.চুকাফাৰ মৃত্যু কেতিয়া হৈছিল? ক.১২২৮ খ্ৰীঃ খ.১২৮৭ খ্ৰীঃ গ.১২৬৮ খ্ৰীঃ ঘ.১২৬৪ খ্ৰীঃ 26.ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত অসমৰ প্ৰধান উদ্যোগ কি আছিল? ক.মাটিৰ বাচন-বৰ্তন তৈয়াৰ কৰা খ. যুদ্ধৰ সা-সৰঞ্জাম তৈয়াৰ কৰা গ. নাওঁ নিৰ্মাণ ঘ. পিতলৰ বাচন-বৰ্তন তৈয়াৰ কৰা 27.প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল? ক. ৰুদ্ৰসিংহৰ দিনত খ.চুহুংমুঙৰ দিনত (১৫৪৫খ্ৰী) গ.লক্ষ্মীসিংহৰ দিনত(১৭৬৯ খ্ৰীঃ) ঘ. গধাধৰ সিংহৰ দিনত 28.উমানন্দ মন্দিৰ কোনে সাজিছিল? ক.লক্ষ্মীসিংহ খ.গধাধৰ সিংহ গ. চুকাফা ঘ.চুহুংমুঙ 29.কোনজন আহোম ৰজাই পাইক প্ৰথাৰ আৰম্ভ কৰিছিল? ক. চুকাফা খ.চুক্লেনমুঙ গ.জয়ধ্বজ সিংহ ঘ.ৰুদ্ৰসিংহ 30.পাইক প্ৰথাৰ পৰিকল্পনা কোনে কৰিছিল? ক. মোমাই তামুলী বৰবৰুৱা খ. লাচিত বৰফুকন গ. ৰুদ্ৰসিংহ ঘ.চুহুংমুঙ 31.তলৰ কোন দুটা অসমৰ পৌৰানিক নাম? ক. কামৰূপ আৰু অসম খ.অজনাঙ আৰু কামৰূপ গ.প্ৰাগজ্যোতিষপুৰ আৰু হস্তিনাপুৰ ঘ. প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ 32.অসমত বৰ্মন বংশৰ শাসনকালৰ সময়সীমা হ'ল- ক. ৩৬৫-৬৪৫ খ্ৰীঃ খ.৩৫৫-৬৫০ খ্ৰীঃ গ.৩২১-৬৫৪ খ্ৰীঃ ঘ. ১২১ খ্ৰীঃপূঃ-৩৫৫ খ্ৰীঃ 33.অসমত শালস্তম্ভ বংশৰ শাসনকাল-- ক.৬৫০-৯৯০ খ্ৰীঃ খ.৩৫৫-৬৫০খ্ৰীঃ গ.৩৮৯-৭৬৭ খ্ৰীঃ ঘ. ৬০০-১০০০খ্ৰীঃ 34.আহোমসকলে ৰাজত্ব কৰাৰ সময়ত অসমৰ ভূখণ্ডক তেওঁলোকে কি বুলি অভিহিত কৰিছিল? ক. চাং নান পো খ. মহাব্ৰহ্ম গ. মুং-দুন-চুন-খাম ঘ. নং-চান-পো 35.প্ৰজাতিগত দিশেৰে আলোকপাত কৰিলে দেখা যায় যে অসমৰ জনগাথঁনিত মূলতঃ তিনিটা প্ৰজাতিয়ে অংশগ্ৰহণ কৰিছে। সেইকেইটা হ'ল- ক.অষ্টলয়ড, মংগোলীয় আৰু ককেচীয় প্ৰজাতি খ. অষ্টলয়ড, মংগোলীয় আৰু ব্ৰহ্মা প্ৰজাতি গ. মংগোলীয়, ককেচীয় আৰু ব্ৰাহ্মীণ ঘ. নাচিক, অষ্টলয়ড আৰু মংগোলীয় 36.সৰ্বপ্ৰথমে কামৰূপ আক্ৰমণ কৰা মুছলমান ৰজাজনৰ নাম কি? ক. বাবৰ খ.ঔৰংজেৱ গ. বখ্তিয়াৰ খিলিজি ঘ.মিৰজুমলা 37.আহোমৰ শেষ স্বাধীন ৰজাজনৰ নাম কি? ক. জয়ধ্বজ সিংহ 2.চন্দ্ৰকান্ত সিংহ গ.পুৰন্দৰ সিংহ ঘ.ৰুদ্ৰসিংহ 38.শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাপতি কোন আছিল? ক.মোমাই তামুলী বৰবৰুৱা খ.লাচিত বৰফুকন গ. ইছমাইল শ্বেখ ঘ.ৰামসিংহ 39.অসমৰ সত্ৰীয়া নৃত্য়ৰ জনক কোন? ক.শ্ৰীমন্ত শংকৰদেৱ খ.মাধৱদেৱ গ. মাধব কন্দলি ঘ.আহোমসকল 40.কোনে কামৰূপৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল? ক.চুকাফা খ. জয়ধ্বজ গ. ৰজা সন্ধ্যা গ.নৰনাৰায়ণ 41.জয়মতীক কত হত্যা কৰা হৈছিল? ক.জেৰেঙা পথাৰত খ. ৰংঘৰৰ বাকৰিত গ.গৌৰি সাগৰত ঘ. জয়সাগৰত 42.ধোদৰ আলি আৰু উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? ক.চুকাফা খ. ৰুদ্ৰসিংহ গ. শিৱসিংহ ঘ.গদাধৰ সিংহ 43.শৰাইঘাটৰ ৰণত মোঘলৰ সেনাপতি কোন আছিল? ক.ৰামসিংহ খ.মীৰজুমলা গ.হুছেইন শ্বাহ ঘ.ফিৰোজ শ্বাহ 44.হয়গ্ৰীৱ মাধব মন্দিৰ কোনে সজাইছিল ক. আহোমসকলে খ. বৰ্মনসকলে গ.পালসকলে ঘ.শালস্তম্ভসকলে 45.অশ্বমেধা যজ্ঞ পতা অসমৰ প্ৰথম ৰজাজনৰ কোন? ক. মহেন্দ্ৰবৰ্মন খ.জয়ধ্বজ গ.ভাস্কৰ বৰ্মন গ.চুহুংমুঙ 46.আহোমসকলৰ শেষ ৰাজধানীখন কি আছিল? ক.চৰাইদেও খ.গড়গাও গ.যোৰহাট ঘ.শিৱসাগৰ 47.মাজুলী চুক্তি কাৰ-কাৰ মাজত হৈছিল? ক.আহোম আৰু বৰ্মনসলকৰ মাজত খ. বৰ্মন আৰু কোচসকলৰ মাজত গ.আহোম আৰু কোচসকলৰ মাজত ঘ. কোচসকল আৰু কছাৰীসকলৰ মাজত 48.মাজুলী চুক্তি কোন দুজন ৰজাৰ মাজত হৈছিল? ক. নৰনাৰায়ণ আৰু চুকাফা খ.চিলাৰায় আৰু চুক্লেনমুঙ গ.ঔৰংজেৱ আৰু জয়ধ্বজ গ.ভাস্কৰ বৰ্মন আৰু নৰনাৰায়ণ 49.শ্ৰীমন্ত শংকৰদেৱক আশ্ৰয় প্ৰদান কৰা ৰজাজনৰ নাম কি? ক. জয়ধ্বজ খ.চুহুংমুঙ গ.নৰনাৰায়ণ গ.শিৱসিংহ 50.চিলাৰায়ৰ প্ৰকৃত নাম কি? ক.চিলামিত্ৰ খ.বিশ্বসিংহ গ.শুক্লধ্বজ ঘ.নৰনাৰায়ণ
Post a Comment